ৰাতি ৰাতি শুই মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাৱি তোমাৰেই লৰ মাৰে নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাঁজত ৰাতি ৰাতি শুই মোৰ সপোনবোৰ খেদি খেদি মোক আকৌ শুই পৰে বাদ্য সংগীত নিথৰ ৰাতি তোমাৰ বুকুত শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নাজানো ক'ত তুমি থাকা নাজানো ক'ত মই থাকো জানো মাথো আমি থাকো সপোন ভাঁজত ৰাতি ৰাতি শুই মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে. বাদ্য সংগীত দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমিটো এনেকুৱাই বোকাত পদুম ফুলাৰ দৰেই জুবুৰিয়াই দিয়া ফুলি আছো তেনেকুৱাই নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাঁজত ৰাতি ৰাতি শুই মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে বাদ্য সংগীত নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাঁজকে ৰাতি ৰাতি শুই মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে... Teksty umieszczone na naszej stronie są własnością wytwórni, wykonawców, osób mających do nich prawa. |
|