মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো বাগৰে নিৰৱে । কিমান সাৱটিম নোপোৱাৰ সপোন বুকুৰ উমেৰে সজোৱা । দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । জীৱন সুৰভী তোমাৰ মাজতে আছিল অকলে নিৰৱে । সঁচা প্ৰেমৰো উশাহ আছিলে অকলশৰীয়া বুকুতে । মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰাই । মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাস সানিলৈ । Teksty umieszczone na naszej stronie są własnością wytwórni, wykonawców, osób mających do nich prawa. |
|